top of page

List of Works

Assamese & English

2005-2008

সাদিনৰ চোতাল

  • অচিন মোমাইদেউলৈ চিঠি,” সাদিনৰ চোতাল, ৪ ফেব্ৰুৱাৰী ২০০৫, পৃ. (ক)।

  • বাতৰিকাকতৰ বতৰা,” সাদিনৰ চোতাল, ২৬ আগষ্ট ২০০৫, পৃ. (ঘ)।

  • “আৰ্ণেষ্ট হেমিংওৱেৰ দ্যা অ’ল্ড মেল এণ্ড দ্যা ছী,” সাদিনৰ চোতাল, ৪ নৱেম্বৰ ২০০৫, পৃ. (খ)।

  • পৰুৱা-পিপৰা,” সাদিনৰ চোতাল, ১৮ নৱেম্বৰ ২০০৫, পৃ. (গ)।

  • “বাপুজীৰ কোঠালিটো,” মূল ইংৰাজী: নন্দলাল বসু (Light of India: Message of the Mahatma), সাদিনৰ চোতাল, ১৬ মাৰ্চ ২০০৭, পৃ. (গ)।

  • “ব্ৰিটিছৰ লোণ আইন আৰু গান্ধীজী,” সাদিনৰ চোতাল, ৬ জুলাই ২০০৭, পৃ. (গ)।

  • সবৰমতী আশ্ৰমৰ কথা,” সাদিনৰ চোতাল, ৩ আগষ্ট ২০০৭, পৃ. (গ)।

  • “কেইটিমান থলুৱা একক,” সাদিনৰ চোতাল, ৩০ নৱেম্বৰ, ২০০৭, পৃ. (খ)।

  • “বীৰা আৰু ৰুটিৰ টুকুৰা,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২৮ ডিছেম্বৰ ২০০৭, পৃ. (গ)।

  • “তিনিটা প্ৰশ্ন,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২৫ জানুৱাৰী ২০০৮, পৃ. (গ)।

  • “সত্যৰ জয়, অসত্যৰ পৰাজয়,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২১ মাৰ্চ ২০০৮, পৃ. (গ)।

  • “আৰিচিয়াৰ ৰজা ইছাৰদন,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ৩০ মে’ ২০০৮, পৃ. (গ)।

  • “ইলিয়াছ,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২৭ জুন ২০০৮, পৃ. (গ)।

  • “কুকুৰা কণীৰ আকাৰৰ বীজ,” মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২৫ জুলাই ২০০৮।

  • “ছুৰাটৰ অতিথিশালা” (প্ৰথমছোৱা), মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ২২ আগষ্ট ২০০৮, পৃ. (গ)। 

  • “ছুৰাটৰ অতিথিশালা” (দ্বিতীয়ছোৱা), মূল: লিঅ’ টলষ্টয়, সাদিনৰ চোতাল, ৫ ছেপ্টেম্বৰ ২০০৮, পৃ. (গ)।​

2007-2010

Graduation Years

Essays

  • “ভাষিক সংকট,” ৰাইজৰ চিঠি শিতান, সাদিন, ২০ এপ্ৰিল ২০০৭, পৃ. ৭।

  • “Tuition,” a short story translated from Assamese by Shalim M. Hussain. Quills: A Folio of Literary and Creative Writings, November 2008, pp. 52-54.

  • “এখন কিতাপ, কিছু ভাৱ,” স্মৰণিকা: ৪৮তম্‌ ভোলা বৰুৱা সোঁৱৰণী উত্তৰ-পূৰ্বাঞ্চল আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা, বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী, ১৩ ডিছেম্বৰ, ২০০৮, পৃ. ২৬-২৭।

  • “Xattriya Mukha of Majuli,” a feature article based on a two-days interaction with Sri Hemchandra Goswami of Sri Sri Samaguri (Natun) Satra of Majuli, 10-11 May 2008, co-authored with Shalim M. Hussain. Quills: A Folio of Literary and Creative Writings, November 2008. Magazine of the Department of English, B. Borooah College, Guwahati, pp. 6-12.

  • “গ্ৰীষ্ম আবাসত,” মূল: এণ্টন চেকভ। ইন্দ্ৰধনু — বি. বৰুৱা কলেজ ছাত্ৰাবাসৰ বাৰ্ষিক মুখপত্ৰ, ৭ম সংখ্যা, ২০০৯-১০, পৃ. ২৬-২৯।

  • “ইংৰাজী ভাষাৰ ব্যৱহাৰৰ প্ৰসংগত,” অসমীয়া প্ৰতিদিন, ৫ অক্টোবৰ ২০০৯, পৃ. ৪।

  • “Images and Colours in Dr Bhupen Hazarika’s Songs.” Quills: A Folio of Literary and Creative Writings, Vol. 4, December 2009. Magazine of the Department of English, B. Borooah College, Guwahati, pp. 39-43.

Interviews

  • “An Interview with Arup Kumar Dutta,” conducted by Parag Kumar Deka and Shalim M. Hussain. Quills: A Folio of Literary and Creative Writings, Vol. 2, December 2007. Magazine of the Department of English, B. Borooah College, Guwahati, p. 1-5.

  • “Blurring Boundaries: In Conversation with Mahesh Dattani.” Interviewed by Parag Kumar Deka and Shalim M. Hussain. Quills: A Folio of Literary and Creative Writings, Vol. 4, December 2009, Magazine of the Department of English, B. Borooah College, Guwahati, p. 8-11.

  • “দ্বীপেন বৰুৱাৰ সৈতে এটি দুপৰীয়া”। সাক্ষাৎকাৰ গ্ৰহণ পৰাগ কুমাৰ ডেকা আৰু অংকুৰ দত্ত। ইন্দ্ৰধনু — বি. বৰুৱা কলেজ ছাত্ৰাবাসৰ বাৰ্ষিক মুখপত্ৰ, ৭ম সংখ্যা, ২০০৯-১০, পৃ. ২-৬।

2010-2012

Postgraduation Years

  • “চুলতান” (কবিতা)। মূল আৰবী: নীজাৰ কাব্বানি, ইংৰাজীৰ পৰা অনুবাদ: পৰাগ কুমাৰ ডেকা। স্মৰণিকা: ৫০তম ভোলা বৰুৱা সোঁৱৰণী উত্তৰ-পূৰ্বাঞ্চল আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা, বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী, নৱেম্বৰ ২০১০, পৃ. ৩৭।

  • “Feminism in Lakshminath Bezbaruah’s Short Stories,” Quills: A Folio of Literary and Creative Writings, Vol. 5, December 2010. Magazine of the Department of English, B. Borooah College, Guwahati, pp. 4-10.

  • “How Language Matters.” Srijan: A Creation, 2010. Tezpur University, Napaam.

  • “Blaze from a Spark,” translation of Lakshminath Bezbaroa’s Assamese short story ‘Firingotir porā khāndav dāh’. Srijan, A Creation, Tezpur University Magazine, 2011-12, Tezpur University, pp. 115-118.

  • “The Corpse,” Souvenir: TechXetra: Expanding Frontiers of Technology, 2011. Tezpur University, pp. 74-76.

  • “Gustav Courbet and Dr Bhupen Hazarika: A Painting and a Song.” Souvenir: UNIFEST 2011, Tezpur University, December 2011, pp. 19-20.

2008-2017

As a student editor

  • Quills: A Folio of Literary and Creative Writings, Vol. 2, December 2007. Magazine of the Department of English, B. Borooah College, Guwahati.

  • Quills: A Folio of Literary and Creative Writings, Vol. 3, November 2008. Magazine of the Department of English, B. Borooah College, Guwahati.

  • Quills: A Folio of Literary and Creative Writings, Vol. 4, December 2009. Magazine of the Department of English, B. Borooah College, Guwahati.

  • ইন্দ্ৰধনু — বি. বৰুৱা কলেজ ছাত্ৰাবাসৰ বাৰ্ষিক মুখপত্ৰ, ৭ম সংখ্যা, ২০০৯-১০। (দায়িত্ব: মুখ্য সম্পাদক)।

  • সৃজন, এটি সৃষ্টি। তেজপুৰ বিশ্ববিদ্যালয়ৰ মুখপত্ৰ, ২০১১-১২, তেজপুৰ বিশ্ববিদ্যালয়।

  • Souvenir: 48th Bhola Borooah Memorial North East Inter College Debating Competition, Organised by B. Borooah College, Guwahati, 13 December 2008. (Role: Student Member)

  • Souvenir: TechXetra: Expanding Frontiers of Technology, 2011. Tezpur University.

  • স্মৰণিকা, একাদশ ‘অধ্যাপক ভি. ভেঙ্কট ৰাও সোঁৱৰণী বক্তৃতানুষ্ঠান,’ ৮ ডিছেম্বৰ ২০১৫, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী।

  • স্মৰণিকা, ত্ৰয়োদশ ‘অধ্যাপক ভি. ভেঙ্কট ৰাও সোঁৱৰণী বক্তৃতানুষ্ঠান,’ ৭ অক্টোবৰ ২০১৭, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী।

2012-2014

After Postgraduation

Stories & Essays

  • “নিষেধাজ্ঞা,” গল্প আৰু গল্প (মাহেকীয়া গল্প আলোচনী), প্ৰথম বছৰ, প্ৰথম সংখ্যা, এপ্ৰিল ২০১৪, পৃ. ১৭-২।

  • এজনী অপ্ৰকাশিত গল্প,” গল্প আৰু গল্প (মাহেকীয়া গল্প আলোচনী), প্ৰথম বছৰ, দ্বিতীয় সংখ্যা, মে’ ২০১৪, পৃ. ১৪-২০।

  • “কণ কলিতাৰ বাত-বিষ,” গল্প আৰু গল্প (মাহেকীয়া গল্প আলোচনী), প্ৰথম বছৰ, চতুৰ্থ সংখ্যা, জুলাই ২০১৪, পৃ. ৮-১০।

  • “আত্মকেন্দ্ৰিকতাৰ শিক্ষা,” ‘সম্পাদকলৈ চিঠি,’ নতুন পদাতিক, ১৫ এপ্ৰিল, ২০১২, পৃ. ৪-৫।

  • “বৃত্তি নিৰ্বাচন সম্পৰ্কে এজন তৰুণৰ কিছু চিন্তা,” (প্ৰবন্ধ), মূল: কাৰ্ল মাৰ্ক্স। নতুন পদাতিক, ১ ছেপ্টেম্বৰ, ২০১২, পৃ. ২২-২৪।

  • ভাৱৰীয়া,” (গল্প), নতুন পদাতিক, ১ অক্টোবৰ, ২০১২, পৃ. ৬১-৬৩।

  • “এৰিক হবছবওম: এক কথোপকথন”। (ইতিহাসবিদ এৰিক হবছবওমৰ সৈতে ডেনি মিলামৰ ইংৰাজী ভাষাত হোৱা সাক্ষাৎকাৰৰ অসমীয়া অনুবাদ।) নতুন পদাতিক, ১ ডিছেম্বৰ, ২০১২, পৃ. ৫০-৫৮।

  • পীট চিগাৰ: এক সুৰীয়া ব্যক্তিত্ব,” (প্ৰবন্ধ) নতুন পদাতিক, ১ এপ্ৰিল, ২০১৩, পৃ. ৫৫-৫৮।

  • প্ৰতিবিম্ব,” (গল্প), নতুন পদাতিক, ১ ছেপ্টেম্বৰ, ২০১৩, পৃ. ৪১-৪৪।

  • ইণ্ডিয়া বনা পৰদেশ: ‘ছাংহাই’ আৰু সাম্প্ৰতিক ভাৰতৰ প্ৰগতিৰ এক চিত্ৰ,” (প্ৰবন্ধ), নতুন পদাতিক, ১৫ নৱেম্বৰ, ২০১৩, পৃ. ৬২-৬৫।

  • “স্বচক্ষে চীন দৰ্শন,” মূল ইংৰাজী: হেমাংগ বিশ্বাস। নতুন পদাতিকৰ বিশেষ সংখ্যা (“হেমাংগ বিশ্বাসৰ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য”), ১ ফেব্ৰুৱাৰী ২০১৩, পৃ. ২৭০-২৭২।

  • “Metaphors in Ordinary Language.” Quills: A Folio of Literary and Creative Writings, Vol. 6, 2012-13. Magazine of the Department of English, B. Borooah College, Guwahati, pp. 20-24.

Booklet

  • Kamrupiya Sanatan Dharma Mandali: A Glimpse কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী: এটি ৰূপৰেখা। (Bilingual booklet written on the centenary celebration of the Kamrupiya Naamghar of Tezpur, Assam). Published in August 2013.

MPhil Dissertation

  • "The Body of the Protagonist in J. M. Coetzee's Life & Times of Michael K." MPhil dissertation submitted to Gauhati University, 2014. Supervisor: Dr Sanjeev Kumar Nath.

2015-2022

PhD Years

Essays and Chapters

  • লোকগীতত জন্ম, মৃত্যু আৰু জীৱন: আধুনিক ভাষা-বিজ্ঞানৰ দৃষ্টিৰে।সাতসৰী, দশম বছৰ, নৱম সংখ্যা, এপ্ৰিল, ২০১৫, পৃ. ৩৩-৩৯।

  • “The Biographical Writings of Padmanath Gohain Barooah.” Essentially Speaking: Biographical Snapshots by Munin Barkotoki, edited by Meenaxi Barkotoki and Stuti Goswami, 2015, pp. 11-33. Guwahati: Gauhati University Press. (ISBN: 81-86416-76-5).

  • “Flying Horses and Lying Apes: ‘What’s the Use of Stories that Aren’t Even True?’” Quills: A Folio of Literary and Creative Writing, vol. 7, 2017. Department of English, B. Borooah College, Guwahati.

  • ডিস্ক ভণ্টি আৰু খেতি কৰা ল’ৰা: পৰ্য্যটক শিল্পী, পৰজীৱী সংগীত আৰু অনুভূতিৰ অৱসান।আলাপ: সমাজ-সংস্কৃতি বিষয়ক আলোচনী, দ্বিতীয় সংখ্যা (অক্টোবৰ-মাৰ্চ), ২০১৮, পৃ. ৪২-৬৫

  • “লুইতৰ পাৰৰ জাতীয়তাবাদ, গংগাৰ পাৰৰ ৰাষ্ট্ৰীয়তাবাদ।” আলাপ: সমাজ-সংস্কৃতি বিষয়ক আলোচনী, তৃতীয় সংখ্যা (এপ্ৰিল-ছেপ্টেম্বৰ), ২০১৮, পৃ. ২৮৩-২৯২।

  • “ৰাজনীতিৰ ৰূপতত্ত্ব: ভাৰত-মাতা, ঘৰ-ৱাপচিৰ পৰা বসুধৈৱ কুটুম্বকলৈ।” আলাপ: সমাজ-সংস্কৃতি বিষয়ক আলোচনী, পঞ্চম সংখ্যা (এপ্ৰিল-ছেপ্টেম্বৰ), ২০১৯, পৃ. ১৯৪-২১৩.

  • “A Valuable Letter.” Translation of a letter by kalaguru Bishnuprasad Rava. The Call of the Pherengadao: Select Writings of Bishnuprasad Rava. Edited by Madan Sarma, Gautam K. Borah, Debarshi Prasad Nath. Guwahati: Katha, 2019. pp. 312-321. (ISBN: 978-81-89148-85-0)

  • “Padmanath Gohain Barooah.” Warp and Weft: Makers of Modern Assam. Eds. Hirendra Nath Dutta and Stuti Goswami. New Delhi: National Book Trust, 2019. pp. 92-102. (ISBN: 812378715-4).

Newspaper Articles

  • “বিশ্বাসৰ বৈচিত্ৰ্য আৰু ধৰ্মৰ শুভ ব্যাখ্যা।” আমাৰ অসম, বৃহস্পতিবাৰ, ২১ জুলাই, ২০১৬, সম্পাদকীয় পৃষ্ঠা।

  • “‘বাংলাদেশী বাংলাদেশীয়েই’: ৰোমান বাংলাদেশী, হিন্দু বাংলাদেশী, বিদেশী বাংলাদেশী,” আমাৰ অসম, শুক্ৰবাৰ, ২৮ অক্টোবৰ, ২০১৬।

  • “সহকাৰী অধ্যাপকৰ নিযুক্তিত প্ৰদৰ্শনভিত্তিক মূল্যায়নৰ বিলোপ সাধন: অসমৰ উচ্চ শিক্ষাৰ বিপৰ্যয় অনিবাৰ্য।” আমাৰ অসম, বুধবাৰ, ৯ নৱেম্বৰ, ২০১৬।

  • “ৰাজনীতিৰ কাহিনী আৰু কাহিনীৰ ৰাজনীতি: সংখ্যালঘূ নায়িকা আৰু সংখ্যাগুৰু খলনায়ক।” আমাৰ অসম, বুধবাৰ, ২৮ ডিছেম্বৰ, ২০১৬।

  • “শিক্ষাৰ্থীৰ বাবে মাথোঁ এটা ভাষাতেই দখল সম্ভৱ নেকি?” নিয়মীয়া বাৰ্তা, মঙলবাৰ, ১৮ আগষ্ট, ২০২০, সম্পাদকীয় পৃষ্ঠা।

  • “এখন অৰাজনৈতিক ৰচনা।” দৈনিক অসম, দেওবাৰ, ৭ মাৰ্চ ২০২১, সম্পাদকীয় পৃষ্ঠা।

  • “গণতান্ত্ৰিক নিৰ্বাচনত যুদ্ধৰ ভাষা।” দৈনিক অসম, শনিবাৰ, ২৭ মাৰ্চ ২০২১, সম্পাদকীয় পৃষ্ঠা।

Online Essays

Academic Writings

  • Lives of Their Own: Animal Death and Animal Flesh in J. M. Coetzee’s Writings.” Critical Perspectives on Veganism (The Palgrave Macmillan Animal Ethics Series). Eds. Jodey Castricano and Rasmus R. Simonsen, pp. 181-202. New York: Palgrave Macmillan, 2016. (ISBN: 978-3-319-33418-9).

  • Coetzee’s Animal Ethics.” Journal of Animal Ethics, Fall 2022, vol. 12, no. 2. Published by the University of Illinois Press in partnership with the Ferrater Mora Oxford Centre for Animal Ethics. Hosted on Project Muse.

  • “Animal Imageries, Sexual Objectification and Racial Classification in J. M. Coetzee’s Disgrace.” English Forum: Journal of the Department of English, Gauhati University, vol. 6, 2018,  pp. 30-45. (ISSN: 2279-0446 )

  • “The Critique of Cartesian Rationalism in J. M. Coetzee’s Novels.” Margins: A Journal of Literature and Culture, vol. 4-5, 2016, pp. 170-193. ( ISSN: 2250-0731)

  • “Animal Imageries and the Representation of the Marginal in J. M. Coetzee’s Apartheid Novels.” MZU Journal of Literature and Cultural Studies, vol. 5, no. 1, 2018, pp. 65-81. (ISSN: 2348-1188)

PhD Thesis

2023 —

  • "হাতীৰ সৈতে কথা পতা মানুহজন," প্ৰত্যাহ্বান, ৩০ জানুৱাৰী, ২০২৩।

  • “এলিফেণ্ট হুইছপাৰাৰ্ছ: বনৰীয়া হাতীৰ মন জয় কৰা মানুহকেইজন।” দৈনিক জনমভূমি, গুৱাহাটী, ২৩ মাৰ্চ ২০২৩।

  •  "আজিৰ বিহুগীতত প্ৰয়োজন আজিৰ প্ৰসংগৰ," প্ৰত্যাহ্বান, ২৮ মে' ২০২৩, ৯০তম সংখ্যা, পৃ. ১৬-২৪।

  • "অঁকৰা যোজনা-১", (শিশু কবিতা), সঁফুৰা, জুন ২০২৩, পৃ. ৩৪।

  • "অঁকৰা যোজনা-২" (শিশু কবিতা), সঁফুৰাজুলাই ২০২৩, পৃ. ৩৭।

  • "দুটি মৃত্যু, এটি কবিতা" (প্ৰথম ছোৱা), প্ৰত্যাহ্বান, ১৬ জুলাই ২০২৩, ৯৭তম সংখ্যা, পৃ. ১১-১৭।

  • "দুটি মৃত্যু, এটি কবিতা" (শেষ ছোৱা), প্ৰত্যাহ্বান, ২৩ জুলাই ২০২৩, ৯৮তম সংখ্যা, পৃ. ১০-১৮।

  • "এটি গীতৰ অন্তৰ্দ্বন্দ্ব," প্ৰত্যাহ্বান, ৩ ছেপ্টেম্বৰ ২০২৩, ১০৪তম সংখ্যা, পৃ. ১২-১৯।

  • পেৰিচৰ প্ৰতিবাদ: দুটি মৃত্যু, এটি কবিতা,সাতসৰী, ঊনবিংশ বছৰ, দ্বিতীয় সংখ্যা, ছেপ্টেম্বৰ, ২০২৩, পৃ. ৪০-৪২।

bottom of page