Parag Kumar DekaSep 78 minকাৰ জীয়ন-যৌৱন গ'ল: এটি গীতৰ অন্তৰ্দ্বন্দ্বডº ভূপেন হাজৰিকাৰ "কত জোৱানৰ মৃত্যু হ'ল" গীতটো এটি যুদ্ধৰ গীত, এটি ৰাষ্ট্ৰবাদী গীত। ১৯৬২ চনত ৰচিত এই গীতটিৰ পটভূমি আছিল সেই সময়ৰ...
Parag Kumar DekaJul 223 minবানপানীৰ বন্দনাতনৈ এখনৰ দৃষ্টিৰে চালে প্ৰকৃতিত ‘বানপানী’ বুলি কোনো বস্তু নাই — এই মন্তব্য নৃতত্ত্ববিদ, ৰাজনীতি বিজ্ঞানী জেইমছ চি. স্কটৰ। কথাষাৰ তেওঁ...
Parag Kumar DekaJul 206 minদুটি মৃত্যু, এটি কবিতা২৭ জুন ২০২৩৷ পেৰিচৰ উপকণ্ঠৰ নণ্টেয়া নামৰ ঠাইত ফৰাচী পুলিচে নাহেল মেৰ্জুক নামৰ ১৭ বছৰীয়া কিশোৰ এজনক মুখামুখীকৈ গুলীয়াই হত্যা কৰে৷...
Parag Kumar DekaJan 303 minহাতীৰ সৈতে কথা পতা মানুহজনদক্ষিণ আফ্ৰিকাৰ এজাক বনৰীয়া হাতী। সিহঁতৰ দলপতি আৰু তাইৰ কণমানি পোৱালীজনীক মাথোঁ চৌবিছ ঘণ্টাৰ আগতে গুলীয়াই মৰা হৈছে। তাৰ আগতেও সিহঁতে...
Parag Kumar DekaJan 303 minভূপেন হাজৰিকা আৰু গুস্তাভ কুখ্বে: শিল-ভঙা মানুহৰ মালিতাড° ভূপেন হাজৰিকাৰ গীত ‘ভাং ভাং ভাং ভাঙোতা শিল ভাং' আৰু প্ৰখ্যাত ফৰাচী চিত্ৰশিল্পী গুস্তাভ কুখ্বেৰ “শিল-ভাঙোতা” নামৰ চিত্ৰৰ তুলনাত্মক আলোচনা